-(৮)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’
By-sogood islam syeds-sgis-14.07.2015-Ghy.
***************************************************************
হাব্বলৰ তথ্যৰাজি হ’লঃ- বিশ্বব্রহ্মাণ্ড অসংখ্য সৰু-বৰ তাৰকাৰাজ্যৰে(GALAXY)গঠিত।
photo-1]- File:NGC 4414 (NASA-med).jpg
[NGC 4414, a typical spiral galaxy in the constellationComa Berenices, is about 55,000 light-years in diameter and approximately 60 million light-years away from Earth.]
[Notes on:-Virgo or Local Superclusters, Local Galactic group, Milkyway Galaxy, Solar System, Earth etc.
Click url=http://syedjehu.wordpress.com/2011/12/21/255/]
আমাৰ হাতীপটিও(MILKY-WAY)কোটি কোটি তাৰকাৰাজ্যৰে এখন।[হাতীপটিত প্রায় দুশ বিলিয়ন(১ বিলিয়ন=১০০কোটি)তৰা আছে।আমাৰ সৌৰজগত খনে হাতীপটিৰ কেৱল এটি ক্ষুদ্র অংশহে জুৰি আছে।]
2]-File:Solar System size to scale.svg
[Planets and dwarf planets of the Solar System. Sizes are to scale, but relative distances from the Sun are not]
এই তাৰকাৰাজ্যবোৰে ক্রমাত প্রচণ্ড বেগেৰে ইটোৱে সিটোৰ পৰা আতঁৰি গৈ আছে।ইহঁতি এনেভাৱে গতি কৰে যে দুখন তাৰকাৰাজ্যৰ মাজৰ দূৰত্ব বাঢ়ি যোৱাৰ লগেলগে ইহতঁৰ মাজৰ বেগো বাঢ়ি যায়।এইটোৱেই বিশ্বব্রহ্মাণ্ডৰ প্রসাৰণ তথ্য।
Notes on[2]:- Hubble’s Law , Observe Universe, Big Bang theory, Timeline of the Big Bang, Underlying assumptions on Big Bang, Speculative physics beyond Big Bang theory, James Hartle and Stephen Hawking state, String- Superstring theory= Click url=http://wp.me/p20yGy-4b
এই সংক্রান্তত প্রখ্যাত তাত্বিক জ্যোতির্বিজ্ঞানী ষ্টিফেন হকিঙৰ মতে-“বিশ্বব্রহ্মাণ্ডৰ যে প্রসাৰণ ঘটিছে এই আৱিষ্কাৰটো কুৰি শতিকাৰ অন্যতম বৌদ্বিক বিপ্লৱ”।ইয়েই বর্ত্তমান হকিঙৰ মূৰৰ কামূৰণিও হৈছে।তেখেতে ইয়াৰ ওপৰত তেওঁ বুজিব নোৱাৰা কেইটামান প্রশ্ন কৰি শেষত কৈছে-:-
“IT WOULD BE VERY DIFFICULT TO EXPLAIN WHY THE UNIVERSE SHOULD HAVE BEGAN IN JUST THIS WAY,EXCEPT AS THE ACT OF GOD WHO INTENDED TO CREAT BEINGS US”
হকিঙৰ পদার্থবিদ্যাত যি অভূতপূর্ব অৱদান তাতোকৈ অভূতপূর্ব আৰু চাঞ্চল্যকৰ তওঁৰ জীৱন কাহিনী।ক’লা,বোবা আৰু সম্পূর্ণ পংগু জীৱন এটা লৈও তেওঁ বিজ্ঞানৰ প্রতি সেৱা আগবঢ়াই আছে। [[[[Scientific Miracles Of The Quran║Mind-Blowing Facts║All parts 1-17 English [Full Documentary]-log-on:- http://wp.me/p2tDfF-5l]]
--Quran vs Science--(QURAN is not a SCIENCE; but of SIGNS-
01. The creation of the universe 0:05:10
02. The expansion of the universe 0:07:04
03. Orbits 0:09:57
04. The protected roof 0:14:24
05. The returning sky 0:18:42
06. The layers of the atmospheres 0:21:12
07. The function of the mountains 0:24:36
08. The movements of mountains 0:27:55
09. The mystery in Iron 0:31:11
10. The proportion of rain 0:34:41
11.The seas’ not mingling with one another 0:39:38
12.The sex of a baby 0:41:14
13.Fingerprints 0:47:00
14.The wrapping of muscles over the bones 0:48:55
15.Three stages of the baby in the womb 0:51:49
16.The victory of Byzantium 0:55:41
17.Word repetitions 1:00:57]]
বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাটো কি আছিল বা ইয়াৰ প্রসাৰণৰ আদি মূহূর্তটো কেনে অৱস্থাত আছিল আদি প্রশ্নৰ বাবে প্রবল বেগেৰে প্রসাৰিত তাৰকাৰাজ্যৰ ধাৰণাৰ পৰাই বেলজিয়ামৰ জ্যোতির্বিজ্ঞানী লেমাইটে উদ্ভাৱন কৰিলে মহানাদ(BIG BANG)তত্বৰ।এই তত্বৰ মতে আদিম অৱস্থাত বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তু আদিম পৰমাণু বুলি অভিহিত এটা বিন্দুত থূপখাই আছিল।প্রচণ্ড বিস্ফোৰণৰ ফলত এইবোৰ ছিটিকি পৰিল আৰু ক্রমাত বিভিন্ন ক্রয়া-প্রতিক্রিয়াৰ ফল স্বৰূপে সমূহ তাৰকাৰাজ্যৰ সৃষ্টি হ,ল আৰু কেউদিশে প্রসাৰিত হ’বলৈ ধৰিলে।আজিলৈকে এই প্রসাৰণ অব্যাহত আছে।

to be contd..next weak-in sha Alla--
http://wp.me/p21N51-l
next-http://wp.me/p21N51-1l