-(7)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’
By-sogood islam syeds-sgis-06.07.2015-Ghy.
***************************************************************
কপাৰর্নিকাছৰ সৌৰকেন্দ্রিক জগতৰ ধাৰণাই টাইকব্রাহে কেপলাৰৰ সংগৃহিত তথ্যৰ দ্বাৰা পৰিপুষ্ট গেলিলিওৰ তত্ব আৰু নিউটনৰ মহার্ষণিক তত্বই সৌৰজগতৰ সর্ম্পকে সঠিক আর্হি দিলে।নিউটনৰ তত্বৰ আধাৰত ১৮আৰু১৯শতিকাত সৌৰজগতৰ লগত জড়িত গ্রহ,ধূমকেতু আদিৰ বিষয়ে পুংখনুপুংখে অধ্যয়নৰ পিছত ২০শতিকাত বিশ্বব্রহ্মাণ্ড সম্পর্কীয় অধ্যয়নৰ সূচনা হ’ল।উন্নত প্রযুক্তিৰ উপযুক্ত প্রয়োগেৰে ১৯২৯ চনত মার্কিন জ্যোতির্বিদ এডৱিন হাব্বলে জ্যোতিবিজ্ঞান সম্পর্কীয় অতি চাঞ্চল্যকৰ তথ্যটো আৱিষ্কাৰ কৰিলে।
হাব্বলৰ তথ্যৰাজি হ’লঃ- বিশ্বব্রহ্মাণ্ড অসংখ্য সৰু-বৰ তাৰকাৰাজ্যৰে(GALAXY)গঠিত।
++++++++++
Photos:-
1]-[Edwin Powell Hubble (November 20, 1889 – September 28, 1953)[1] was an American astronomer who profoundly changed the understanding of the universe by confirming the existence of galaxies other than the Milky Way]
2]-[NGC 4414, a typical spiral galaxy in the constellationComa Berenices, is about 55,000 light-years in diameter and approximately 60 million light-years away from Earth.]
[[Notes on:-Virgo or Local Superclusters, Local Galactic group, Milkyway Galaxy, Solar System, Earth etc.
Click url=http://syedjehu.wordpress.com/2011/12/21/255/]]
---contd-next week-in sha Allah
---contd-next week-in sha Allah


No comments:
Post a Comment