Monday, 29 June 2015

[ধাৰাবাহিক-১-]-"অতীত ভৱিষ্যত আবিৰ্ভাবৰ দোমোজাত কোন এই কল্কি-অৱতাৰ? "-

[ধাৰাবাহিক-১-]-"অতীত ভৱিষ্যত আবিৰ্ভাবৰ দোমোজাত কোন এই কল্কি-অৱতাৰ? "-
[a colanguage article]
By-sogoodislamsyeds-29.06.2015
-------------------------------------------------------------------------

---কল্কি (দেবনাগৰী লিপি: कल्कि) হিন্দুধর্মৰ এজন অবতাৰ যি কলিযুগত মানব সমাজেৰ ত্রাতা হিসেবে ভৱিষ্যতে আবির্ভূত হব। হিন্দুধর্মৰ মতে কল্কি হৈছে ভগবান বিষ্ণুৰ সর্বশেষ ৰূপ। হিন্দু ধর্মশাস্ত্র পুৰাণৰ পৰা জানা যায়যে কল্কি অবতার বগা ঘোড়ার পিঠিত উি খোলা তৰোৱাল হাততলৈ আবির্ভূত হব। কল্কি অবতাৰে কলি যুগেৰ অবসান ঘটাই সত্য যুগৰ সূচনা কৰিব।
---বর্তমান কল্কি শব্দেৰ অনুবাদ কৰা হয় অশুভ ধ্বংসকাৰী, অজ্ঞতা ধ্বংসকাৰী অথবা অন্ধকাৰ দূৰকাৰী হিসেবে। সংস্কৃতে কল্কি শব্দেৰ আৰু এটা অর্থ  হৈছে বগা ঘোড়া।
--- ক্রমশঃ-




http://wp.me/p21N51-s

No comments:

Post a Comment