[১০]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
----[সূফীবাদ, মাযহাব, ফিকাহ/মছলা]-চৈয়দ চ’গুদ ইছলাম-১৫/১১/২০১৫
++++++++++++++++++++
আগৰ খণ্ডটোত চকু ফুৰাই লওঁকঃ- http://sgis-ref2015.blogspot.in/2015/11/blog-post_14.html
++++++++++++++++++++
--আগতে কৈ অহাৰ দৰে কেৱল সিহাহ সিত্তাহৰ( The Authentic Six Hadiths)হাদিচ গ্রহন কৰা হয়, অন্য কোনো সংকলনৰ হাদিচ গ্রহন কৰা নহয়; এই কথাটো সত্য নহয়। সকলো বিশুদ্ধ সনদৰ বর্ণিত হাদিচ গ্রহন কৰা হয়, যিটো এটাতকৈ আনটো বেছি বিশুদ্ধ(উসূলে হাদিচ)। হাদিচ গ্রহনৰ ক্ষেত্রত বর্ণিনাককাৰী সকলৰ বিশুদ্ধতা অপৰিহার্য।
--ইমাম আবু হানিফা(ৰঃ) আছিল এজন তাবি-তাবিঈ। গতিকে তেখেতৰ(ৰঃ) আৰু চাহাবীৰ(ৰাঃ) মাজত এজন বর্ণিনাককাৰী তাবিঈ অৱশ্যেই থাকিব লাগিব। সেই তাবিঈ(ৰঃ) যদি বিশুদ্ধ হয় তেন্তে সেই হাদিচ আবু হানিফা(ৰঃ) পর্যন্ত বিশুদ্ধ হব। সেইদৰে আবু হানিফা(ৰঃ)ৰ বর্ণিত হাদিচ যাৰ মাধ্যমে পৰৱর্তী লোক সকলে পাব সেই সূত্রবোৰৰো ধাৰাবাহিক ও বিশুদ্ধ হলে সেই হাদিচ বিশুদ্ধ হ’ব। তাবিঈসকলৰ মাজত বিশ্বাস-অবিশ্বাস দুয়োবিধ আছিল।
--দুখৰ বিষয় ইমাম আবু হানিফাই(ৰঃ) কোনো হাদিচৰ কিতাপ সংকলন কৰা নাছিল। যদি কৰিলে হেতেন তাক সিহাহ সিত্তাহৰ লগত সামৰি লোৱা হ’ল হেতেঁন।
--ইমাম আবু হানিফাৰ(ৰঃ) জন্ম ৮০ হিজৰীত। ইমাম বুখাৰীৰ(ৰঃ) জন্ম ১৯৪ হিজৰীত। ইমাম মুছলিমৰ(ৰঃ) জন্ম ২০২ হিজৰীত। অর্থাৎ ইমাম আবু হানিফা(ৰঃ) ইমাম বুখাৰীত(ৰঃ)কৈ ১১৪ বছৰ আৰু ইমাম মুছলিমত(ৰঃ)কৈ ১২২বছৰ প্রবীন আছিল। সেইদৰে ইমাম দাউদত(ৰঃ)কৈ ১২২ বছৰ, ইমাম তিৰমিযীত(ৰঃ)কৈ ১২৯ বছৰ, ইমাম ইবনু মাজাহত(ৰঃ)কৈ ২১০ বছৰ, ইমাম নাসাঈত(ৰঃ)কৈ ১৪৩ বছৰ প্রবীন আছিল।
--গতিকে সর্বপ্রথমেই সহীহ আবু হানিফা সংকলন হ’ব লাগিছিল। কিন্তু নহল। সিহাহ সিত্তাহৰ( The Authentic Six Hadiths)হাদিচৰ সংকলনকাৰী ইমাম(ৰঃ)সকল পৃথিবী বিখ্যাত। তেওঁলোকে আবু হানিফা(ৰঃ)ৰ কোনো বর্ণনাই গ্রহন নকৰিলে। গতিকে ইমাম আবু হানিফা(ৰঃ)ক নমনাৰ কাৰণ এইয়ায়ে। যদি মানিব লাগে তেন্তে ইমাম আবু হানিফা(ৰঃ)ই সংকলন কৰা হাদিচ আনি দিয়ক।(বিঃদ্রঃ-ইয়াত যদি কিবা ভুল থাকে তেন্তে ইয়াক শুদ্ধৰাবলৈ আমি বাধ্য থাকিম,ইন সা আল্লাহ।।)
----------------------------------------
ক্রমশঃ-ইন সা আল্লাহ।।