ইছলাম ধর্ম পালনৰ ক্ষেত্রত নিজ বিবেক-বুদ্ধি ব্যৱহাৰ কৰা উচিতঃ-
-------------------------------------------------------
আল্লাহ তা’লাই আমাক কৈছে, হে’ মুমিন সকল তোমালোকে ৰাছুল(দঃ)ৰ ওপৰত দৰূদ পাঠ কৰা।[Al-Qur’an 33:56]
-------------------------------------------------------
আল্লাহ তা’লাই আমাক কৈছে, হে’ মুমিন সকল তোমালোকে ৰাছুল(দঃ)ৰ ওপৰত দৰূদ পাঠ কৰা।[Al-Qur’an 33:56]
--এই আয়াত নাযিলৰ সময়ত চাহাবী[ৰাঃ] সকলে ৰাছুল(দঃ)ক সুধিলে, হে’ আল্লাহৰ নবী[দঃ], আপোনাকটো আমি ছালাম দিব জানো; কিন্তু দৰূদ কেনেকৈ পঢ়িব লাগিব সেইটো আমি নেজানো।
--তেতিয়া ৰাছুলে(দঃ) দৰূদে ইব্রাহীম পঢ়িবলৈ ক’লে(দিয়া আছে চাওঁক)।
--এতিয়া এজন হুজুৰে কৈছে, ... “আল্লাহুম্মা ছাল্লেয়ালা ছাইয়েদিনা মাওলানা মুহাম্মাদ......(মিলাদ)।
--আন এজন হুজুৰে কৈছে, ... “বালাগালা উলা বিকামলিহি কাশাফাদ্দুজা বিজামালিহি......”(শেখ ছাদিৰ কবিতা)।
--তিনিজনেই দৰূদ পঢ়িলে। আল্লাহ তা’লাই তিনিও জনৰে বিচাৰ কৰিব। মানুহৰটো বিচাৰ হবই জন্তু-জানোৱাৰো বিচাৰ হব।
--সেইদিনা দেখা যাব কোন সফল হয়।
--আপুনি কি দৰূদ পঢ়িছে সেইটো মোৰ দৰকাৰ নাই। মই বিচাৰিছোযে মাছদি ভাত খালে
মাছৰ কাঁইত ঠিকেই আতঁৰাই খায়। কাঁইত আতঁৰাই মাছ খোৱাৰ বুদ্ধি যদি থাকে
তেন্তে ধর্ম মনাৰ ক্ষেত্রটো বিবেক-বুদ্ধি থকা উচিত।।
[ শাইখ আব্দুৰ ৰাজাক বিন ইউসুফ ]
--Remodelling & translated by-sgis—
-end-
--Remodelling & translated by-sgis—
-end-



No comments:
Post a Comment