-(5)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’
By-sogood islam syeds-sgis-21.06.2015-Ghy.
HHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHH
[1]-[Nicolaus Copernicus-(Portrait, 1580, Toruń Old Town City Hall),born-19 February 1473 ,Toruń (Thorn), Royal Prussia, Kingdom of Poland,died-24 May 1543 (aged 70),Frombork (Frauenburg), Prince-Bishopric of Warmia, Royal Prussia, Kingdom of Poland-,Field-Mathematics, astronomy, canon law, medicine, economics]
[2]-[ Galileo Galilei(15 Feb 1564 – 8 Jan 1642)-Italian natural philosopher who believed the Earth revolved around the Sun. For this, he was interrogated by the Inquisition, was put on trial, found guilty and sentenced to indefinite imprisonment. For renouncing his former beliefs before the Cardinals that judged him, he was allowed to serve this time instead under house-arrest. ]
---ট’লেমি নামৰ বিজ্ঞানী এজনে পৃথিবীকেন্দ্রিক ধাৰণাৰে সৌৰজগতৰ জ্যামিতীয় আর্হি প্রস্তুত কৰিবলৈ চেষ্টা কৰিছিল।কিন্তু মহান গণিতজ্ঞ ইউক্লিডৰ সমসাময়িক এৰিষ্টাৰচুছে পৃথিবীৰ পৰিৱর্তে সূর্য্যহে সৌৰজগতৰ কেন্দ্রিত অৱস্থিত বুলি ধাৰণা দাঙি ধৰিছিল।এক দীঘলীয়া বিৰতিৰ পিছত নিক’লাছ কপাৰর্নিকাছে(১৪৭৩-১৫৪৩)সৌৰজগতৰ সূর্য্যকেন্দ্রিক আর্হিক পুনৰ উত্থাপন কৰে।এই আর্হিক গেলিলিওৱে পূর্ণ সমর্থন আগবঢ়াইছিল।ইয়াতেই গেলিলিও গোড়া ধর্মযাজকৰ ৰোষত পৰি এক নির্জন দ্বীপলৈ নির্বাসিত হৈছিল।
+ + + + +
উন্নত ষন্ত্রপাতিৰ সহায়ত আকাশ পর্য্যবেক্ষণেৰে বিজ্ঞানী টাইক’ব্রেহে[১৫৪৬-১৬০১]সৌৰজগতৰ গঠন সম্পার্কে নিজা আর্হি সাঁজিব খুজিও সফল ন’হল।কিন্তু তেওঁ সৌৰজগতৰ বিষয়ে মেটমৰা তথ্যৰ ভঁৰাল উত্তৰাধিকাৰলৈ এৰিথৈ গৈছিল।জ’হানছ কেপলাৰে[১৫৭১-১৬৩০]ব্রেহেৰ এজন ছাত্র আৰু সুযোগ্য উত্তৰাধিকাৰী হিচাপে নিজকে প্রতিষ্ঠা কৰিছিল। কেপলাৰে উপলব্ধি কৰিছিল যে সৌৰজগতৰ গ্রহবোৰৰ গতিপথৰ আকৃতি ,গতিবেগ,পৰিভ্রমণকাল, সূর্য্যৰ অৱস্থান আদি বিভিন্ন দিশ সামৰি তিনিটা বিধি নিৰূপণ কৰিছিল। কেপলাৰৰ মতে গ্রহবোৰ বৃত্তাকাৰ পথত সূর্য্যৰ চাৰিওফালে নুঘূৰে। গ্রহবোৰৰ পথ উপবৃত্তাকাৰ।গেলিলিওৱে কিন্তু এইকথা মানি লোৱা নাছিল।ব্রেহেই এৰিথৈ যোৱা তথ্যৰ ভঁৰালৰ পৰা মুকুতা বুটলি কেপলাৰে দেখুৱালে যে সৌৰজগতৰ প্রতিটো গ্রহৰ বেলিকা গড় দূৰত্বৰ বর্গ আৰু পৰিভ্রমণ কালৰ ঘনৰ অনুপাত একেই।
Photo of:-
[3]-[Tycho Brahe(14 Dec 1546 – 24 Oct 1601),Danish astronomer who was on his way home on 11 Nov 1572, when his attention was attracted by a star in Cassiopeia which was shining at about the brightness of Jupiter and which had not been seen in this place before. Tycho was so impressed by this event that he devoted the rest of his professional life to astronomy. ]
[4]-[Johannes Kepler(27 Dec 1571 – 15 Nov 1630)-German astronomer. ]
ক্রমশঃ-next sunday-in sha Allah