Saturday, 26 December 2015

ইছলাম ধর্ম পালনৰ ক্ষেত্রত নিজ বিবেক-বুদ্ধি ব্যৱহাৰ কৰা উচিতঃ-




ইছলাম ধর্ম পালনৰ ক্ষেত্রত নিজ বিবেক-বুদ্ধি ব্যৱহাৰ কৰা উচিতঃ-
-------------------------------------------------------
আল্লাহ তা’লাই আমাক কৈছে, হে’ মুমিন সকল তোমালোকে ৰাছুল(দঃ)ৰ ওপৰত দৰূদ পাঠ কৰা।[Al-Qur’an 33:56]

--এই আয়াত নাযিলৰ সময়ত চাহাবী[ৰাঃ] সকলে ৰাছুল(দঃ)ক সুধিলে, হে’ আল্লাহৰ নবী[দঃ], আপোনাকটো আমি ছালাম দিব জানো; কিন্তু দৰূদ কেনেকৈ পঢ়িব লাগিব সেইটো আমি নেজানো।
--তেতিয়া ৰাছুলে(দঃ) দৰূদে ইব্রাহীম পঢ়িবলৈ ক’লে(দিয়া আছে চাওঁক)।
--এতিয়া এজন হুজুৰে কৈছে, ... “আল্লাহুম্মা ছাল্লেয়ালা ছাইয়েদিনা মাওলানা মুহাম্মাদ......(মিলাদ)।
--আন এজন হুজুৰে কৈছে, ... “বালাগালা উলা বিকামলিহি কাশাফাদ্দুজা বিজামালিহি......”(শেখ ছাদিৰ কবিতা)।
--তিনিজনেই দৰূদ পঢ়িলে। আল্লাহ তা’লাই তিনিও জনৰে বিচাৰ কৰিব। মানুহৰটো বিচাৰ হবই জন্তু-জানোৱাৰো বিচাৰ হব।
--সেইদিনা দেখা যাব কোন সফল হয়।
--আপুনি কি দৰূদ পঢ়িছে সেইটো মোৰ দৰকাৰ নাই। মই বিচাৰিছোযে মাছদি ভাত খালে মাছৰ কাঁইত ঠিকেই আতঁৰাই খায়। কাঁইত আতঁৰাই মাছ খোৱাৰ বুদ্ধি যদি থাকে তেন্তে ধর্ম মনাৰ ক্ষেত্রটো বিবেক-বুদ্ধি থকা উচিত।।
[ শাইখ আব্দুৰ ৰাজাক বিন ইউসুফ ]
--Remodelling & translated by-sgis—
-end-

Friday, 25 December 2015

[১১]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন


[]- ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-  
----[সূফীবাদ, মাযহাব, ফিকাহ,মছলা]চৈয়দ        -চ’গুদ-ইছলাম-২৭//১২//২০১৫   
++++++++++++++++++++++++++++++++++++++++++++++++
--ইমাম আবু হানিফাই(ৰঃ) বিভিন্ন লোকলৈ চিঠি-পত্র লিখিছিল, ইয়াৰ বাদে কোনো কিতাপ লিখিথৈ যোৱা নাছিল।গতিকে 
তেওঁৰ কোনো কিতাপ নাই। ইয়াৰ মূলতেই হল তেখেতে নিজেই ইয়াক বাধা দিছিল আৰু বাধা দিয়াৰ কাৰণ হৈছে 
তেখেৰ চিন্তাৰ প্রসূত(Evolved, বিকশিত) ;ফলত প্রথমবাৰ চিন্তা কৰি যি কয় পিছত গভীৰ চিন্তা কৰি আন এটা কয়। 
ফলত শিষ্য সকলে লিখাৰ ক্ষেত্রত জটিল হয়। আগবেলা এজনে লিখি যোৱা খিনি পাছবেলা লিখাজনৰ লগত ভাব ধাৰা 
সম্পূর্ণ সলনি হৈ যায়। এই জটিলতাৰ সৃষ্টি নহবলৈকে তেখেতে নিজ মতামত লিখাত বাধা দিছিল। 
--গতিকে ইমাম আবু হানিফাৰ(ৰঃ) কোনো লিখিত কিতাপ নাই।
--তেওঁ নিজৰ মতামত নিজে লিখা নাছিল আৰু কাকো লিখাৰ অনুমিও দিয়া নাছিল।  
*               *            *           *
এতিয়া প্রশ্ন হব পাৰেযে বৃহৎ হানাফী মজহবৰ প্রসিদ্ধ মছলাৰ গ্রন্থ সমূহ হানাফী মজহবৰ  নামত কোনে লিখিলে?
--আল মুখতাছাৰুল কুদূৰীঃ-
--এইখন এখন হানাফী মজহবৰ প্রসিদ্ধ নির্ভৰ যোগ্য ফিকাহ গ্রন্থ। এইখন সকলো হানাফী মাদ্রাছা পাঠ্যক্রমত পঢ়োৱা হয়।
এই গ্রন্থত বাৰ হাজাৰ(১২,০০০) মাছালা আছে। 
এই কিতাপখনৰ গ্রন্থকাৰৰ নাম আবুল হাছান। কাহঁ-পিতলৰ ব্যৱসায়ী হোৱাৰ বাবে এখেতক কুদূৰী নামৰেও জনা যায়।
এই কিতাপখন আল আবুল হাছান কুদূৰীয়ে নিজ হাতে লিখা নাই। এই কথা কিতাপখনৰ আৰম্ভণীতেই লিখা আছে।
 কোনে লিপিবদ্ধ কৰিলে, কোনে সংকলন কৰিলে তাৰ নাম, ঠিকনা একো নাই। 
  *               *            *           *
-“আল মুখতাছাৰুল কুদূৰী”,এই বিৰাত ফিকাহ শাস্ত্রখন সংকলিত হয় ইমাম আবু হানিফা(ৰঃ)ৰ২৭৮(two.seven.
Eight) বছৰৰ পিছতইমান বছৰৰ আবুল হাছানে ইমাম আবু হানিফা(ৰঃ)ক লগ পোৱাৰ প্রশ্নই নুঠে। গ্রন্থখনৰ কথাবৰ 
কি সূত্রে পালে তাৰ একো সূং-সূত্র বিছাৰি পাবলৈ নাই। মুঠতে ইমাম আবু হানিফা(ৰঃ)ৰ নামত যিবোৰ কথা  লিপিবদ্ধ 
কৰা হৈছে সেইবোৰ কোৰআন মজীদ অথবা হাদীচত নাই আৰু ইমাম আবু হানিফা(ৰঃ)ৰ লগতো কোনো লিঙ্ক নাই।
--গুৰুত্বপূর্ণ কথাটো হৈছে হানাফী  মজহবৰ সৃষ্টি হৈছে ইমাম আবু হানিফা(ৰঃ)ৰ মৃত্যুৰ ২৭৮(two.seven.eight) বছৰৰ
 পিছত এই সময়ৰ বহু আগতেই বিশ্বৰ  সকলো ছহী হাদীছ গ্রন্থৰ সংকলন সমাপ্ত হৈছিল। তলৰ সময়বোৰ মন কৰিলে 
দেখিব “আল মুখতাছাৰুল কুদূৰী”ৰ ছহী হাদীছ গ্রন্থৰবোৰৰ কিমান পিছত সংকলিত হৈছিলঃ- 
-মুয়াত্তা মালিক[১৭৯] আৰু আল মুখতাছাৰুল কুদূৰী[৪২৮]=২৪৯ বছৰৰ পিছত ৰচিত।
১]-কুদূৰী ৰচিত হৈছিল মুয়াত্তা মালিকতকৈ=২৪৯ বছৰৰ পিছত[৪২৮-১৭৯]।  
২]-...’’......’’.........”  ...ছহী আল বুখাৰীতকৈ=১৭২ বছৰৰ পিছত[৪২৮-২৫৬]  
৩]-...’’......’’.........”  ...ছহী মুছলিমতকৈ=১৬৭ বছৰৰ পিছত[৪২৮-২৬১]  
৪]-...’’......’’.........”  ...নান-আবী দাউদতকৈ=১৬৭ বছৰৰ পিছত[৪২৮-২৬১]  
৫]-...’’......’’.........”  ...ছুনান তিৰমিযীতকৈ=১৪৯ বছৰৰ পিছত[৪২৮-২৭৯]  
৬]-...’’......’’.........”  ...ছুনান ইবনু মাজাতকৈ=১৫৫ বছৰৰ পিছত[৪২৮-২৭৩]   
৭]-...’’......’’.........”  ...ছুনান নাছাঈতকৈ=১২৫ বছৰৰ পিছত[৪২৮-৩০৩]    
 
-ছিহাহ ছিত্তাৰ সংকলনৰ বহু বছৰৰ পিছত কোৰআন মজীদ, -ছিহাহ ছিত্তা-হাদীচ আৰু ইমাম আবু হানিফা(ৰঃ)ৰ লগত
 কোনো লিঙ্ক নথকা হানাফী মজহবৰ এই বিখ্যত গ্রন্থ “আল মুখতাছাৰুল কুদূৰী” সংকলনৰ কি প্রয়োজন আছিল?? এই 
ছুফী ৰহস্যৰ ভেদ আমি ফাদিল কৰিম। ইন ছা আল্লাহ।। 
 
-ক্রমশঃ ইন ছা আল্লাহ।।
 
 
 
 

Saturday, 14 November 2015

[১০]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-



[১০]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-  
----[সূফীবাদ, মাযহাব, ফিকাহ/মছলা]-চৈয়দ চ’গুদ ইছলাম-১৫/১১/২০১৫ 
++++++++++++++++++++
আগৰ খণ্ডটোত চকু ফুৰাই লওঁকঃ- http://sgis-ref2015.blogspot.in/2015/11/blog-post_14.html 
++++++++++++++++++++
--আগতে কৈ অহাৰ দৰে কেৱল সিহাহ সিত্তাহৰ( The Authentic Six Hadiths)হাদিচ গ্রহন কৰা হয়, অন্য কোনো সংকলনৰ হাদিচ গ্রহন কৰা নহয়; এই কথাটো সত্য নহয়।  সকলো বিশুদ্ধ সনদৰ বর্ণিত হাদিচ গ্রহন কৰা হয়, যিটো এটাতকৈ আনটো বেছি বিশুদ্ধ(উসূলে হাদিচ)। হাদিচ গ্রহনৰ ক্ষেত্রত বর্ণিনাককাৰী সকলৰ বিশুদ্ধতা অপৰিহার্য। 
--ইমাম আবু হানিফা(ৰঃ) আছিল এজন তাবি-তাবিঈ। গতিকে তেখেতৰ(ৰঃ) আৰু চাহাবীৰ(ৰাঃ) মাজত এজন বর্ণিনাককাৰী তাবিঈ অৱশ্যেই থাকিব লাগিব। সেই তাবিঈ(ৰঃ) যদি বিশুদ্ধ হয় তেন্তে সেই হাদিচ আবু হানিফা(ৰঃ) পর্যন্ত বিশুদ্ধ হব। সেইদৰে আবু হানিফা(ৰঃ)ৰ বর্ণিত হাদিচ যাৰ মাধ্যমে পৰৱর্তী লোক সকলে পাব সেই সূত্রবোৰৰো ধাৰাবাহিক ও বিশুদ্ধ  হলে সেই হাদিচ বিশুদ্ধ হ’ব। তাবিঈসকলৰ মাজত বিশ্বাস-অবিশ্বাস দুয়োবিধ আছিল।
--দুখৰ বিষয় ইমাম আবু হানিফাই(ৰঃ) কোনো হাদিচৰ কিতাপ সংকলন কৰা নাছিল। যদি কৰিলে হেতেন তাক সিহাহ সিত্তাহৰ লগত সামৰি লোৱা হ’ল হেতেঁন।
--ইমাম আবু হানিফাৰ(ৰঃ) জন্ম ৮০ হিজৰীত। ইমাম বুখাৰীৰ(ৰঃ) জন্ম ১৯৪ হিজৰীত। ইমাম মুছলিমৰ(ৰঃ) জন্ম ২০২ হিজৰীত। অর্থাৎ ইমাম আবু হানিফা(ৰঃ) ইমাম বুখাৰীত(ৰঃ)কৈ ১১৪ বছৰ আৰু ইমাম মুছলিমত(ৰঃ)কৈ ১২২বছৰ প্রবীন আছিল। সেইদৰে ইমাম দাউদত(ৰঃ)কৈ ১২২ বছৰ, ইমাম তিৰমিযীত(ৰঃ)কৈ ১২৯ বছৰ, ইমাম ইবনু মাজাহত(ৰঃ)কৈ ২১০ বছৰ, ইমাম নাসাঈত(ৰঃ)কৈ ১৪৩ বছৰ প্রবীন আছিল।
--গতিকে সর্বপ্রথমেই সহীহ আবু হানিফা সংকলন হ’ব লাগিছিল। কিন্তু নহল। সিহাহ সিত্তাহৰ( The Authentic Six Hadiths)হাদিচৰ সংকলনকাৰী ইমাম(ৰঃ)সকল পৃথিবী বিখ্যাত। তেওঁলোকে আবু হানিফা(ৰঃ)ৰ কোনো বর্ণনাই গ্রহন নকৰিলে। গতিকে ইমাম আবু হানিফা(ৰঃ)ক নমনাৰ কাৰণ এইয়ায়ে। যদি মানিব লাগে তেন্তে ইমাম আবু হানিফা(ৰঃ)ই সংকলন কৰা হাদিচ আনি দিয়ক।(বিঃদ্রঃ-ইয়াত যদি কিবা ভুল থাকে তেন্তে ইয়াক শুদ্ধৰাবলৈ আমি বাধ্য থাকিম,ইন সা আল্লাহ।।)
----------------------------------------
ক্রমশঃ-ইন সা আল্লাহ।।

Monday, 9 November 2015

[৯]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-


[৯]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
-[সূফীবাদ, মাযহাব, ফিকাহ/মছলা]-চৈয়দ চ’গুদ ইছলাম-০৯/১১/২০১৫
++++++++++++++++++++
[[আগৰ খণ্ড এটাত উল্লেখ কৰি অহা হৈছেযেঃ-
১]-The last Sahaabi to pass away:
--Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]
২]-Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]
৩]- Doctrinal Sufism আৰম্ভ হয় ন’ শতিকাৰ[( ninth century)( 287 A.H.)] শেষভাগৰ পৰা।
৪]-বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে।
৫]-মজহাবৰ আৰম্ভণী(400 AH(1009 AD )।
++++++++++++++++++++++++

--আল্লাহ তা’লা আৰু তেখেতৰ ৰছুল ছলল্লাহু আলেইহি ৱাচ্ছাল্লাম ৰ কথা নুশুনাৰ বাবে ইছলামত মজহাব বা ফির্কাবোৰৰ সৃষ্টি হৈছে। আনকি মজহাবৰ মাজত আকৌ ভাগ হৈছে।
--হানাফি মজহাবৰ ৫(পাচ)টা ভাগ আছেঃ-
১) কাদিয়ানী - আজিও তেওঁলোকে হানাফি ফিকাহেই মানে। হানাফি তৰিকাত নামাজ পঢ়ে।
২) জামাতে ইছলামী- তেওঁলোকো সেই একেই। আজিলৈকে তেওঁলোকেও হানাফি ফিকাহেই মানে। হানাফি তৰিকাত নামাজ পঢ়ে।
৩) বেৰেলৱী: আহমদ ৰাজা খান বেৰেলৱীৰ দল।‌ তেওঁলোকে নিজকে ছূন্নী বুলি পৰিচয় দিয়ে আৰু দেওৱন্দী সকলক কাফিৰ বুলি কয়।‌
৪) দেওৱন্দী: তেওঁলোকে বেৰেলৱী সকলক কাফিৰ বুলি কয়।‌ বেৰেলৱী দেওৱন্দী আটায়ে আকৌ কাদিয়ানি সকল যে কাফিৰ তাত একমত।‌
৫) ইলিয়াছী তবলিগী জামাতী: দেওৱন্দী ফিৰকাৰ আক্বীদা প্ৰচাৰ বাবে নিয়োজিত দল।‌ বেৰেলৱী সকলে দেখিব নোৱাৰে আৰু তেওঁলোকৰ মছজিদত সোমাবও নিদিয়ে।[AA]
++++++++++++++++++++++++++++++++++++++++++
--আমি নবী মুহাম্মদ ৰছুল ছলল্লাহু আলেইহি ৱাচ্ছাল্লামৰ মাজহাব অনুসৰি , চাৰি ইমাম(ৰাঃ) সন্মানিত ও জ্ঞানী ব্যক্তি হিচাবে তেওঁলোকক শ্রদ্ধা কৰো। কাৰণ তেওঁলোকে মাজহাবৰ সৃষ্টি কৰা নাছিল[৭নং খণ্ডটো চাব]।

-- কোৰআন, সহীহ হদিচৰ বুলি প্রমাণিত আৰু ইজমা ও কিয়াস(see below-1) লগত নিমিলা যিকোনো ইছলামিক বিষয়ৰ ক্ষেত্রত কাৰো কথাই গ্রহণ কৰা নহয়; সেয়া লাগিলে ডাঃ জাকির নায়েক বা যিকোনো পর্যায়ৰ লোকই নহওঁক লাগে।
--এক ইছলামক চাৰিটা ভাগত বিভক্ত কৰাৰ বাবে আল্লাহ তা'আলাই কোনো ওহী নাযিল কৰা নাছিল।
--গতিকে নি:সন্দেহে ক’ব পৰা যায়, চাৰি মাজহাব পদ্ধতি এটা শয়তানী আবিষ্কাৰ।
+++++++++++++++++++
--বহুতে ক’ব খোজেযে ইমাম আবু হানিফাৰ(ৰঃ) বর্ণিত হাদিচ আৰু তেওঁৰ মজহাব আপোনালোকে গ্রহন নকৰে অথচ সিহাহ সিত্তাহৰ( The Authentic Six Hadiths)(see below-2) হাদিচ গ্রহন কৰে। কিন্তু সিহাহ সিত্তাহ সংকলিত হৈছিল ইমাম আবু হানিফাৰ(ৰঃ) বহু বছৰৰ পিছত। অর্থাৎ ইয়াৰ ব্যৱধান প্রায় ১০৬-১৫৩ বছৰ।।
+++++++++++++++++++
1-http://sgi-sufismandislam.blogspot.in/2015/11/blog-post.html
2-http://sgis-100-hadiths.blogspot.in/…/sihah-sitta-authentic…
++++++++++++++++++
ক্রমশঃ ইন সা আল্লাহ।।

Sunday, 8 November 2015

[৮]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-



[৮]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
----[সূফীবাদ, মাযহাব]-চৈয়দ চ’গুদ ইছলাম-০৮/১১/২০১৫

++++++++++++++++++++
[[আগৰ খণ্ডৰ শেষত উল্লেখ কৰা হৈছিল তলত দিয়া ধৰণেৰেঃ-
--“ইমামসকলৰ(ৰাঃ) জীবিত অবস্থাযত মাযহাব সৃষ্টি হোৱা নাছিল।তেওঁললোকৰ মৃত্যুৰ বহু বছৰৰ পিছত মাযহাবৰ উদ্ভব হয়”। -----


--অর্থাৎ এই খণ্ডত আমি হানাফী মজহাবেনো কোনবিলাক মছলালৈ মজহব বা ফির্কা চলাই আছে তাক উন্মোক্ত কৰা; কিন্তু আমি দুখিঃতযে কিছুমান শিক্ষিত বন্ধুৱে কোনো অধ্যয়ন নকৰাকৈ কিছুমান ইছলাম-বিৰোধ চাইটৰ টুকুৰালৈ তাৰ url আমাৰ মেছেজ বক্সত গাঠি দিয়ে। নিজৰ উদ্দেশ্য কিন্তু এটা আখৰেৰেও ব্যাখা নকৰি চুপ মাৰি বহি থাকে। এনে মেছেজৰ বিষয় বস্তৰ ওপৰত তেখেতে প্রত্যাহবান গ্রহন কৰা উচিত।
+++++++++++++++++


মেছেজৰ বিষয় বস্তুত থকাবোৰ এনে ধৰণৰঃ-
-Wahhabism is a subset of Salafism.

-Salafis can come from the Maliki, Shafi'i,Hanbali or the Hanafi schools of Sunni fiqh.

-Three most well known proponents of the modern day “Salafi” sect – namely, the three recent father figures of the movement: Nasir al-Albani (d.1999), Muhammad ibn Salih al-‘Uthaymin (d.2001) and ‘Abd al-‘Aziz ibn Baz (d.1999).

-and Dr.Zakir Naik (born 18 October 1965 in Mumbai, India)- the most influential Salafi ideologue in India.
++++++++++++++++++++++++++++
 --যি কি নহওক আমি আমালৈ দিয়া মেছেজৰ সংক্রান্তত তলৰ কথাবোৰ জনালোঃ-
--ওহাবী বুলি কোৱাটোৱেই এটা চির্ক। কাৰণ ই এটা আল্লাহ তা’লাৰ গুণবাচক নাম।
--ওহাবী কোনো মজহব বা ফির্কা নহয়[pl.log on- https://youtu.be/APqWghdS2Mc] ।
--সাধাৰণতে যি বিলাকে কোৰআন, চুন্নাহৰ নামত কবৰ-মাজাৰ পূজা কৰে সেইবিলাকেই ইংৰাজৰ দিনত ওহাবী নামে জনাজাতহৈ বর্তমানেও বর্তি আছে।

---"Salaf" is a reference to the pious predecessors which are the Sahaba, the Tabiin and the Taba at Tabiin. 'Salafiyyah' is an acription to the Salaf so in an unelaborate sense the Salafiyyah are an extension of Ahlus Sunnah Wal Jamaah. Salafiyyah is not a school of thought but rather a methodology.

In reality "Salafiyyah" is merely a synonym for Ahlus Sunnah Wal Jammah although despite this being substantiated many do not wish to acknowledge this.

{{The best of Mankind is my generation, and then those who follow them and then those who follow them}}
[Sahih Bukhaaree, Volume 5, Book 57, No. 3]

--ৰছুল ছলল্লাহু আলেইহিছচালামে কোৱা ৭৩টা ভাগত এটা saved group আছে লগতে আল্লাহৰ বাণীত কোৱা হৈছেঃ-
-“Verily, those who divide their religion and break up into sects (all kinds of religious sects), you (O Muhammad) have no concern in them in the least” [al-An’aam 6:159]
 
- The saved group :-

--The most prominent characteristic of the saved group is adherence to the way of the Prophet (peace and blessings of Allaah be upon him) in ‘aqeedah (belief), ‘ibaadah (worship), manners and attitude, and dealings with others. The saved group has distinct characteristics in these four areas.  

In matters of ‘aqeedah you will find that they adhere to that which is indicated by the Book of Allaah and the Sunnah of His Messenger (peace and blessings of Allaah be upon him), i.e., absolute Oneness (Tawheed) of the Divinity and Lordship of Allaah, and of His Names and Attributes. 

- This group is the saved group, the victorious party, which many imams have stated is the group referred to in the words of the Prophet (peace and blessings of Allaah be upon him): “A group of my ummah will continue to prevail, following the truth. They will not be harmed by those who humiliate them until the decree of Allaah comes to pass when they are like that.” (Narrated by Muslim, 1920). ##


-ক্রমশঃ ইন সা আল্লাহ।।

Tuesday, 3 November 2015

[7]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-


[7]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
----[সূফীবাদ, মাযহাব]-চৈয়দ চ’গুদ ইছলাম-০৩/১১/২০১৫
++++++++++++++++++++
[[আগৰ খণ্ড এটাত উল্লেখ কৰি অহা হৈছেযেঃ-
১]-The last Sahaabi to pass away:
--Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]
২]-Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]
৩]- Doctrinal Sufism আৰম্ভ হয় ন’ শতিকাৰ[( ninth century)( 287 A.H.)] শেষভাগৰ পৰা।
৪]-বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে।]]
++++++++++++++++++++++++
--শাহ ওলিউল্লাহ দেহেলভী (ৰহঃ)এ তেওঁৰ ইযালাতুল খফা গ্রন্থত লিখিছেঃ- বনী উমাইয়াদৰ শাসনৰ অবশানৰ অর্থাৎ ১৫০ হিজৰি(767AD) পর্য্যন্ত কোনো মযহাব নাছিল। আব্বাসী খলিফাৰ শাসন কালৰ মাজ ভাগত [Abbasid Caliphate750 AD (132 AH)- 1258 AD(656 A.H. )] যিসকলে আগৰ পৰাই কোৰআন আৰু হাদীচৰ ব্যাখ্যা কৰি আছিল তাত মতৰ অমিল হোৱাত প্রত্যেকেই নিজ নিজ ইমাম ঠিক কৰি মূল কোৰআন আৰু হাদীচ বাদদি ইমাম সকলৰ মতৰ ওপৰত ইয়াৰ ব্যাখ্যা কৰিবলৈ ধৰে।
--এইয়াই মযহাবৰ আৰম্ভণী(400 AH(1009 AD )। আৰব ৰাজত্বৰ অবসানৰ ৬৫৬ হিঃৰ[656 AH(1258 AD)] পিছত মুছলমানসকল বিভিন্ন দেশত সিচঁৰিতহৈ পৰে আৰু নিজ নিজ মযহাবৰ যিখিনি পাৰে তাকেলৈ অনুমান আৰু পৰিকল্পিত ৰূপত প্রতিষ্ঠা কৰে। শাহ ওলিউল্লাহ দেহেলভীৰ (ৰহঃ) ভাষাত কবলৈ হ’লে ক’ব লাগিবযে এই সকলৰ ৰাজত্ব অগ্নিপূজকৰ দৰে, তফাৎ মাত্র এওঁলোকে নামাজ পঢ়ে আৰু কলিমা উচ্চৰণ কৰে(ইযালাতুল খফা)।
+++++++++++++++++++++++
--মযহাব নো কিঃ- মযহাবৰ সঠিক অর্থ হৈছে চলাৰ পথ। কিন্তু মযহাবী সকলৰ মতে মযহাবৰ অর্থ হৈছে মত ও পথ। এনে অর্থত পৃথিবীত যিমান মত ও পথ আছে আটাইবোৰেই মযহাব।
--এই মত ও পথ অনুসৰি হানাফী, মালেকী, শাফেয়ী আৰু হাম্বলী মযহাবৰ সৃষ্টি হ’লে নবী মহম্মদুৰ ৰছুলুল্লাহৰ(সঃ) মত ও পথ অনুসৰি মুহাম্মাদী মযহাব হ’ব। আৰু ইয়েই উত্তম ও উৎকৃষ্ট মত ও পথ বুলি প্রত্যেকেই স্বৃকাৰ কৰিব।
--যিসকলৰ নামত ভক্তসকলে মযহাব বনাইছিল সেই ইমামসকলে(ৰঃ) ভক্তৰ ভন্দামী গমেই নেপায় কা ৰণঃ-
-- আবুহানীফাৰ(ৰঃ) ইন্তেকালৰ ২৫০বছৰৰ পিছত হানাফী মাযহাবৰ সৃষ্টি হৈছে। ইমাম মালেকৰ ইন্তেকালেৰ ২২১ বছৰ পিছত মালেকী মাযহাবৰ সৃষ্টি হৈছে। ইমাম শাফীৰ ইন্তেকালৰ ১৯৬ বছৰৰ পিছত শাফী মাযহাবৰ আৰু ইমাম আহমাদৰ ইন্তেকালৰ ১৫৯বছৰৰ পিছত হাম্বলী মাযহাবৰ সৃষ্টি হৈছে। অর্থাৎ ইমামসকলৰ(ৰাঃ) জীবিত অবস্থাযত মাযহাব সৃষ্টি হোৱা নাছিল।তেওঁললোকৰ মৃত্যুৰ বহু বছৰৰ পিছত মাযহাবৰ উদ্ভব হয়। -----

-ক্রমশঃ ইন সা আল্লাহ।।-sogoodislamsyeds(sgis)।।
--------------------------------------------------------------------------------------------
a nice comment-
Ikramul Hussain আৰু এনেকৈয়ে ইছলামত মযহবৰ নামত বিভিন্ন নিয়ম কানুন ও ইবাদতৰ পদ্ধতিৰ প্ৰচলন হয় । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে বিদায়ী হজৰ ভাষণত ইছলাম পৰিপূৰ্ণ হোৱা বুলি ঘোষণা কৰি গৈছে । এই পৰিপূৰ্ণ ইছলামত নতুন প্ৰথা বা পদ্ধতি অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনেই আছে নে এক্তিয়াৰ আছে ? এনে নতুন প্ৰথা বা পদ্ধতিক কি বুলি কয় সেয়া সকলোৱে জানে । এনে নতুন প্ৰথামতে কৰা ইবাদতৰ পৰিণাম কি সেয়াও জানে তথাপি হাদীচত বৰ্ণিত শুদ্ধ ত্বৰীকাৰ বিষয়ে কলে জাঙুৰ খাই উঠে । প্ৰশ্ন কৰে - তেনেহলে ইমান ডাঙৰ ডাঙৰ মৌলানা, আলিম, মুফতী, হুজুৰ সকলে ভুল কৰি গল নেকি ? তেওঁলোকে কেতিয়াও নকয় বা নুসুধে যে আমাৰ একমাত্র হুজুৰ নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দেখুৱাই যোৱা আদৰ্শ কি বা তেখেতৰ (দঃ) মজহব কি আছিল ? কাৰণ এয়া সোধাৰ লগে লগে সান্দহ খোৱা বালি তল পৰিব । একেবাৰে simple আৰু সহজ উদাহৰণ হল নামাজ পঢ়াৰ পদ্ধতি । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কেনেকৈ নামাজ পঢ়িছিল আৰু পঢ়িবলৈ কৈছিল সেয়া হাদীছ গ্ৰন্থত স্পষ্ট উল্লেখ আছে । আমি সেয়া নামানি শ শ বছৰৰ পিছত ইমামৰ নামত অন্তৰ্ভুক্ত কৰা প্ৰথাক মানা বা স্বীকৃতি দিয়াটো কি বুলি আখ্যা দিব পাৰি । যদিও আমি জানো যে তেখেত সকল চালাফে শ্বালিহীন নাছিল তথাপি তেওঁলোকৰ নামত প্ৰচাৰ কৰা মতৰ শুদ্ধতা বিচাৰ কৰি নাচাওঁ । শুদ্ধ হলেতো চিন্তাৰ কথা নাই কিন্তু ভুল হলে যে শুধৰোৱাৰ সময় নাপাম । সেয়ে সময় থাকোতেই আমি ভুল শুদ্ধ এই পৃথিৱীতে বিচাৰ কৰি চোৱা প্ৰয়োজন, কোৰআন ও ছহীহ হাদীচ ভিত্তিত , ফিকহ বা মতামতৰ গ্ৰন্থক প্ৰাধান্য নিদিয়াকৈ ।

[6] -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-



Re publish due to Bangla written photo:- [6] -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
---[সূফীবাদ, মাযহাব, তাবলীগ]-চৈয়দ চ’গুদ ইছলাম-৩০/১০/২০১৫
++++++++++++++++++++++++++
--আমাৰ যোৱা খণ্ডটোৰ শেষৰ বাক্যটো আছিল এনে ধৰণৰঃ-
--“আৰু আছে--- যিটো কোৰআনৰ আয়াতৰ কিয়দাংশৰে দলীল বনাই ভুল পথেৰে মযযহাব তৈয়াৰৰ নাটক কৰে”।।
+++++++++++++++++++++ +++++
--এই খণ্ডটোলৈ আগ বঢ়াৰ সময়তেই আমাৰ হাতত আহি পৰিছে দেওবন্দীৰ islam.dapun.assamese/ facebook.comএক জালিয়াতি।গম পোৱা মতে ইয়াত-“ দ্বীন-ইছলাম, তবলীগী জামাত ইত্যাদি” শিৰোনামাৰে তিনিটা খণ্ড প্রকাশ পাইছে।। তৃতীয় খণ্ডটোৰ অপাৰেচন অহা বাৰলৈ থাকিল। ইন সা আল্লাহ।
+++++++++++++++++++++++++++++
--উক্ত দেওবন্দীৰ ফেচ বুকৰ প্রথম দুটা খণ্ডত এটা ডাঙৰ জালিয়াতি চকুত পৰিল, যিটো কৰাৰ সাহস কেৱল বে’দাতীয়েই কৰিব পাৰে। তাত সহী হদীচক বৃকিত কৰিছে তলত দিয়া ধৰণেৰেঃ-
Part-[1]
সৰ্বশেষ নবী মুহাম্মাদ (ছ:) ক আল্লাহ তা’আলা যিটো দ্বীনৰ সৈতে আমালৈ পঠিয়াইছিল, সেইটো হল ইছলাম আৰু ইয়াৰ ম্যাদ হল পৃথিৱীৰ শেষ দিনটোলৈ ৷
তেখেত ছঃ য়ে আমাক তিনিটা বস্তু দি গৈছিল ৷
প্ৰথমতঃ কোৰ'আন (আল্লাহৰ প্ৰত্যক্ষ বাণী),
দ্বিতীয়তঃ হাদীছ (আল্লাহৰ পৰোক্ষ বাণী) আৰু
তৃতীয়তঃ শান্তি (ইছলাম) ৰ আহ্বান ৷
Part-[2]
প্ৰথম পৰ্বত পঢ়ি আহিলো যে, বিশ্বনবী হজৰত মুহাম্মদ ছঃ য়ে কেয়ামতলৈ আগত উম্মতক তিনিটা বস্তু দি গৈছে ৷
1) ইলম ( জ্ঞান )
2) আমল ( ইছলামী আদৰ্শ জীৱন )
3) দাৱাত (ইছলামৰ আহ্বান )”
+++++++++++++++++
-- Part-[1]ৰ বস্তু কেইটা লোৱা হৈছে:- Sahih Muslimৰ পৰা(link দিয়া হৈছে)।
--তাত কিন্তু কোৰ'আন আৰু হাদীছ(সহী) এই দুটাৰ লগতে আৰু বহুত কথা কোৱা হৈছে(link-1-)।
--দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ মাজত আছে সাংঘাটিক মতলব। (ইয়াৰ আগ জাননিহে আমি দিলো)।
--উদ্দেশ্য পূৰণৰ বাবেই জালিয়াতি কৰি তিনি নংত ‘শান্তি (ইছলাম) ৰ আহ্বান’ সোমোৱাই ললে, যেন তিনিওটাই Main. ।কোৰ'আন আৰু হাদীছ(সহী)ৰ সঠিক জ্ঞান থাকিলেই বাকী সকলো ইয়াৰ মাজত সোমাই পৰিব।
-- Part-[১]ৰ বস্তুকে Part-[2]ত বেলেগ ৰহন হানি ) ইলম, আমল আৰু দাৱাত কৰিলে।
--Last Sermonত কোৰ'আন আৰু হাদীছ[(সহী)IN ORDER TO BE SUCCESSFUL WE MUST OBEY BOTH GOD AND HIS MESSENGER] এই দুটাৰ লগতে ----
TRUST AND ACCOUNTABILITY, FINANCIAL OBLIGATIONS, INTEREST (RIBAH), TREATMENT OF WIFE (SPOUSE), WARNING ABOUT SATAN, BROTHERHOOD, SUPERIORITY IS ONLY IN PIETY AND SUBMISSION, OBSERVE THE PILLARS OF ISLAM, DUTIES REGARDING THOSE WORKING UNDER US,
MUHAMMAD WAS THE LAST PROPHET, OUR DUTY IS TO SPREAD THE MESSAGE OF THE PROPHET (QURAN)আছে।
++++++++++++++++
--ৰছুল(দঃ) আৰু চাহাবা(ৰাঃ)সকলে দেখুৱাই যোৱা তবলীগ কিন্তু ইলীয়াচী-তবলীগে কৰা তবলীগ সম্পূর্ণ ওলোটা। ইলীয়াচী-তবলীগে ১নং আৰু ২নংক গুৰুত্ব নিদি জাল, যইফ, কল্প কাহিনীৰে দাৱাত দিয়ে। যিটোৱে ইস্তেমা জাতীয় তবলীকে সমাজ কলুষিত কৰাৰ পৰা বচাবলৈ হানাফী মজহবৰে পাচঁটা ভাগৰ এটাই ইস্তেমা বন্ধ কৰিবলৈ কর্টৰ সহায় লৈছে(Link-2)।
++++++++++++++++
References:-
[1]-Sermon: "Oh people, reflect on my words. I leave behind me two things, the Quran and my example and if you follow these, you will not fail."
Quran: "And obey God and the Messenger so that you may receive mercy" (3:132).
Log-on-http://sgis/-ref2015.blogspot.in/2015/10/rasoold-i-leave-behind-me-two-things.html
------------------------------------------------
[2]-Deobandi ijtima protest:-
http://sgis-ref2015.blogspot.in/2015/10/deobandi-ijtima-protest.html
++++++++++++++++++++++++++++++++++++++++++++
ক্রমশঃ ইন সা আল্লাহ।
##30/10/2015

Wednesday, 28 October 2015

[5]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-


[5]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
----[সূফীবাদ, মাযহাব]-চৈয়দ চ’গুদ ইছলাম-২৮/১০/২০১৫
++++++++++++++++++++
[[আগৰ খণ্ডটোৰ শেষত উল্লেখ কৰি অহা হৈছেযেঃ-
১]-The last Sahaabi to pass away:
--Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]
২]-Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]
৩]- Doctrinal Sufism আৰম্ভ হয় ন’ শতিকাৰ[( ninth century)( 287 A.H.)] শেষভাগৰ পৰা।
৪]-বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে।]]
+++++++++++++++++++++
--বিশিষ্ট হানাফী বিদ্বান শাহ ওলিউল্লাহ দেহেলভীয়ে (ৰহঃ)কৈছিল-“তোমালোকে জানিথোৱাযে, ৪০০হিজৰিৰ(1009 AD)আগলৈকে কোনোলোকেই কোনো এটা বিশেষ মাযহাবত নাছিল’ (হুজ্জাতুল্লাহিল বালেগাহ; ১৫২ পৃষ্ঠা)।
--অর্থাৎ ৪০০ হিজৰিৰ(1009 AD)পিছত মুছলমানে মাযহাব সৃষ্টি কৰিছে, তাৰমানে এইটো বুজাইযে আবুহানীফাৰ(ৰঃ) ইন্তেকালৰ ২৫০বছৰৰ পিছত হানাফী মাযহাবৰ সৃষ্টি হৈছে। ইমাম মালেকৰ ইন্তেকালেৰ ২২১ বছৰ পিছত মালেকী মাযহাবৰ সৃষ্টি হৈছে। ইমাম শাফীৰ ইন্তেকালৰ ১৯৬ বছৰৰ পিছত শাফী মাযহাবৰ আৰু ইমাম আহমাদৰ ইন্তেকালৰ ১৫৯বছৰৰ পিছত হাম্বলী মাযহাবৰ সৃষ্টি হৈছে। অর্থাৎ ইমামসকলৰ(ৰাঃ) জীবিত অবস্থাত মাযহাবৰ সৃষ্টি হোৱা নাছিল।তেওঁললোকৰ মৃত্যুৰ বহু বছৰৰ পিছত মাযহাবৰ উদ্ভব হয়।
--এবাৰ পৰীক্ষি কৰি নিজৰ বিবেকেৰে এবাৰ চিন্তা কৰি চালে দেখিবলৈ পাবযে মাযহাব বা দল সৃষ্টি কৰাত কোৰআন ও হাদিচে কঠোৰ ভাবে নিষিদ্ধ কৰিছে। মহামান্য ইমামসকল(ৰাঃ) আছিল কোৰআন আৰু হাদিচৰ পুঙ্খানুপুঙ্খ অনুসাৰী আৰু ধর্মপ্রাণ মুছলমান।

--যিসকলে কয়যে ইমামসকলে(ৰাঃ) মাযহাব সৃষ্টি কৰিছিল, সেইসকল মিছলীয়া।
--কোৰআন আৰু হাদিচত মাযহাব সৃষ্টি কৰাত কঠোৰভাবে নিষিদ্ধ কৰা হৈছে।
--প্রমাণঃ-
--“আর তোমরা সকলে আল্লাহর রজ্জুকে দৃঢ়ভাবে ধারণ কর এবং বিভক্ত হয়ো না......"[3:103]।
--“ এবং তাদের মতো হয়োনা যাদের নিকট স্পষ্ট প্রমাণ আসার পরও বিভিন্ন দলে বিভক্ত হয়েছে ও পরস্পর মতভেদে লিপ্ত রয়েছে; তাদের জন্য রয়েছে কঠোর শাস্তি”[3:105]।
--“--------- তোমরা যদি তাঁর আনুগত্য কর, তবে সৎ পথ পাবে। রসূলের দায়িত্ব তো কেবল সুস্পষ্টরূপে পৌছে দেয়া”[24:54]।
--“--------আর যারা আল্লাহ যা নাযিল করেছেন, তার মাধ্যমে ফয়সালা করে না, তারাই কাফির[5:44]।
-- “-------যেসব লোক আল্লাহ যা অবতীর্ণ করেছেন, তদনুযায়ী ফয়সালা করে না তারাই জালেম[5:45]।
--“---আল্লাহ যা নাযিল করেছেন তার মাধ্যমে যারা ফয়সালা করে না, তারাই ফাসিক[5:47]।
--“------তোমার প্রতি নাযিল করা হয়েছে তুমি তা অনুসরণ কর এবং আল্লাহকে বাদ দিয়ে অন্যদেরকে অভিভাবক অথবা সাহায্যকারী(অলি আউলিয়াগণ) হিসাবে গ্রহণ করনা---[7:3]।
--“অতএব (হে নবী) তোমার রবের শপথ! তারা কখনই বিশ্বাস স্থাপনকারী হতে পারবেনা, যে পর্যন্ত তোমাকে তাদের সৃষ্ট বিরোধের বিচারক না করে, অতঃপর তুমি যে বিচার করবে তা দ্বিধাহীন অন্তরে গ্রহণ না করে এবং ওটা সন্তষ্ট চিত্তে কবূল না করে[4:65]।
--আৰু আছে--- যিটো কোৰআনৰ আয়াতৰ কিয়দাংশৰে দলীল বনাই ভুল পথেৰে মযযহাব তৈয়াৰৰ নাটক কৰে মযযহাবীসকলে।।
-ক্রমশঃ- ইন সা আল্লাহ।।

Monday, 26 October 2015

[৪]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন




 [৪]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন
----“সূফীবাদ”--চৈয়দ চ’গুদ ইছলাম-sgis-26.10.2015
-------------------------------------------

--উল্লেখকৰি অহা হৈছেযে দ্বিতীয় ভাগ অর্থাৎ  Doctrinal Sufism আৰম্ভ হয়  ন’  শতিকাৰ( ninth century) শেষভাগত, যেতিয়াই সুফি Christianity,Hinduism আৰু Buddhism.ৰ mysticsৰ সংস্পর্শলৈ আহে।


--পৰবর্তী সময়ত অর্থাৎ বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে এনে ধৰণেৰেঃ-
--১) কাদেৰীয়া তৰীকাঃ আব্দুল কাদেৰ জিলানীক [(মৃতু 561 AH)(1165 AD)] এই তৰীকাৰ প্রতিষ্ঠাতা হিচাবে সুফীসকলে দাবী কৰে। কিন্তু নিৰপেক্ষ বিশ্লেষণ ও তেওঁৰ জীবনী অধ্যায়ন কৰি জানা যায় যে, তেওঁ কোনো তৰীকা প্রতিষ্ঠা কৰি যোৱা নাছিল। তেওঁৰ নামত যি সমস্ত কাৰামত বর্ণনা কৰা হয় সেইয়া সম্পূর্ণ বনোৱা(making) ও ভিত্তিহীন।


২) নকশবন্দীয়া তৰীকাঃ মুহাম্মাদ বাহাউদ্দীন নকশবন্দীক [(মৃত 791 AH)(1389 AD)] এই তৰীকাৰ  প্রতিষ্ঠাতা হিচাবে উল্লেখ কৰা হয়।


৩) চিশতিয়া তৰীকাঃ খাজা মঈন উদ্দীন চিশতীক [(মৃত 620 AH)(1223 AD)] এই তৰীকাৰ  প্রতিষ্ঠাতা হিচাবে উল্লেখ কৰা হয়।
ভাৰতৰ আজমীৰত তেখেতৰ মাজাৰ আছে। হিন্দু-মুছলিম প্রায় সকলেই এই মাজাৰত যিয়াৰত কৰে।


৪) মুজাদ্দেদীয়া তৰীকাঃ মুজাদ্দে আলফে ছানীকে [(মৃত 1034 AH)(1624 AD)] এই তৰীকাৰ  প্রতিষ্ঠাতা হিচাবে দাবী কৰা হয়।


৫) সোহৰাওয়ার্দী তৰীকাঃ শিহাব উদ্দীন উমাৰ সোহৰাওয়ার্দীৰ (মৃত 623 AH)(1234 AD) নামত এই তৰীকাৰ  প্রতিষ্ঠাতা হিচাবে দাবী কৰা হয়। এই পাঁচটি তৰীকাৰ নামেই সুফীসকলৰ মুখত ব্যাপকভাবে উচ্চাৰণ কৰা শুনা যায়।
+++++++++++++++++++++++++++++++++++ 
+++++++++++++++++++++++++++++++++++

--উপৰুক্ত কথাখিনিৰ পৰা  তলৰ কথাখিনি প্রমাণিত হৈছেযেঃ-

১]-The last Sahaabi to pass away:
--Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]


২]-Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]


৩]- Doctrinal Sufism আৰম্ভ হয়  ন’  শতিকাৰ[( ninth century)( 287 A.H.)] শেষভাগৰ পৰা।


৪]-বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে।

-----------------------------------------------
N.B:-উক্ত চাৰিটা POINTS ৰ ওপৰত কাৰোবাৰ কিবা গঠনমূলক কথা থাকিলে  ক’ব পাৰে। কাৰণ সূফীবাদৰ লক্ষণবোৰ দেখুৱাৰ আগতে ই কেনেকৈ মাযহাব বিভক্তিকৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহন কৰিছে তাক আলোচনা কৰা হ'ব। ইন-সা-আল্লাহ।
-----------------------------------------------
ক্রমশঃ ইন সা আল্লাহ।।

Sunday, 25 October 2015

[৩]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-“সূফীবাদ”

[৩]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-“সূফীবাদ”-
-চৈয়দ চ’গুদ ইছলাম-sgis-25.10.2015
-------------------------------------------

--এবাদত-বন্দেগীত মশগুল থকা, আত্মাক হিংসা-বিদ্বেষ আদিৰ পৰা  পৰিশুদ্ধ কৰা, আল্লাহক ভয় কৰি থকা, তাওবা-ইস্তেগফাৰ ও যিকিৰ-আযকাৰৰ মাধ্যমত কলব পরিস্কাৰ ৰখাৰ প্রতি সূফীসকলে আহবান জনায়। নিঃসন্দেহে এই কামবোৰৰ প্রতি ইছলামে বিশেষ গুৰুত্ব প্রদান কৰিছে। এইবোৰ ইছলামৰ মৌলিক বিষয়ৰ অন্তর্ভূক্ত। কেৱল পার্থক্য হৈছে সূফীসকলে আত্মশুদ্ধি অর্জন ও আত্মাৰ উন্নতিৰ মাধ্যমে আল্লাহৰ সান্নিধ্য পাবৰ বাবে ৰছূল সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ প্রদর্শিত পথ বাদ দি কাশফ আৰু মুশাহাদাৰ আশ্রয় গ্রহন কৰি থাকে। কোৰআন ও চুন্নাহৰ পথ বাদ দি ভিন্ন পথ অবলম্বণ কৰাৰ কাৰণে সূফীবাদৰ মাজত ইউনানী, পাৰস্য, বৌদ্ধ আৰু অন্যান্য দর্শন প্রবেশ কৰে।
--আমি উল্লেখ কৰি আহিছোযে  প্রথম অৱস্থাত ৰছূল সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম, চাহাবা(ৰাঃ), তাবেইন, তাবে-তাবেইনৰ দিনত সূফীবাদৰ নাম নিচান নাছিল। কিন্তু পিছৰ যুগত ইছলমত ইয়াৰ সাংঘাটিক ভাবে প্রসাৰ ঘটে। ফলত মুছলমানসকল বিবুদ্ধিত পৰিল হক আৰু বাতিলৰ ওপৰত, মানে সূফীবাদৰ অন্তর্ভূক্ত হ’ব নে নহ’য়। এনে অৱস্থাত আল্লাহ তা’লাৰ নির্দ্দেশঃ-
--“হে মু’মিনগণ! তোমরা আল্লাহর ও রাসূলের অনুগত হও এবং তোমাদের জন্য যারা বিচারক তাদের; অতঃপর যদি তোমাদের মধ্যে কোন বিষয়ে কোন মতবিরোধ হয় তাহলে আল্লাহ ও রাসূলের দিকে প্রত্যাবর্তিত হও, যদি তোমরা আল্লাহ ও পরকালের প্রতি বিশ্বাস করে থাক; এটাই কল্যাণকর ও শ্রেষ্ঠতর পরিসমাপ্তি”(www.quran.com/2/59)।

--কোনো কোনোৱে আল্লাহ তা’লাৰ বাণীৰ লগত সূফীক মিলাবলৈগৈ ই আৰবীৰ সফাঈ শব্দ ব্যৱহাৰ কৰিব বিচাৰে। কিন্তু প্রকৃততে ই নহয় বুলি আবুল হাসান নদভীয়ে তেখেতৰ এক গ্রন্থত উল্লেখ কৰি কৈছে সফাঈ শব্দ অর্থ আত্মশুদ্ধি যিটো আল্লাহ তা’লাই উল্লেখ কৰিছেঃ-
-- হে আমাদের রাব্ব! তাদেরই মধ্য হতে এমন একজন রাসূল প্রেরণ করুন যিনি তাদেরকে আপনার নিদর্শনাবলী পাঠ করে শুনাবেন এবং তাদেরকে গ্রন্থ ও বিজ্ঞান শিক্ষা দান করবেন ও তাদেরকে পবিত্র করবেন। নিশ্চয়ই আপনি পরাক্রান্ত, বিজ্ঞানময় (ডঃ মুজিবুর রহমান) । 
-- ‘হে আমাদের রব, তাদের মধ্যে তাদের থেকে একজন রাসূল প্রেরণ করুন, যে তাদের প্রতি আপনার আয়াতসমূহ তিলাওয়াত করবে এবং তাদেরকে কিতাব ও হিকমত শিক্ষা দিবে আর তাদেরকে পবিত্র করবে। নিশ্চয় আপনি পরাক্রমশালী, প্রজ্ঞাময়’(বায়ান ফাউন্ডেশন ) (http://www.quran.com/2/129)।
--কোনোৱে কয় সূফী, সূফীয়া শব্দৰ পৰা আহিছে। যাৰ অর্থ হিকমৎ বা কৌশল। ইউননী(গ্রীক) দর্শন শাস্ত্রৱলীৰ অনুবাদৰ সময়ত এই শব্দ প্রয়োগ হয়। আচলতে আস-সৌফৰ পৰা সূফী শব্দৰ উৎপত্তি হৈছে। সৌফ মানে পশমী কাপোৰ। হিন্দু যুগী-সন্নাসীৰ দৰে কিছুলোকে এনে কাপোৰ পিন্ধি নিজকে সাধু বুলি পৰিচয় দিয়ে।
--এই সুফীৰ যি pattern দেখা গৈছে তাত সম্পূর্ণ শির্ক আৰু বি’দাতেৰে পৰিপূর্ণ যিটো  ৰছূল সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম, চাহাবা(ৰাঃ), তাবেইন, তাবে-তাবেইনৰ দিনত নাছিল। এই বাবে ৰছূল সাল্লাল্লাহু আলাইহি ওয়া সাল্লামে সতর্ক বাণী শুনাইথৈ গৈছেঃ-
--তোমালোকে নব-আবিস্কৃত বিষয়াৱলীৰ(এবাদত) পৰা সাবধান। আৰু সকলো নব-আবিস্কৃত বিষয়েই ভ্রষ্টতা।[তিৰমিযী-Grade-হাসান]।

ক্রমশঃ ইন সা আল্লাহ।।

Thursday, 22 October 2015

[২]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015


[২]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015

-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-

-------------------------------------------------------------------------

--সুফিবাদ সকলো ধর্মৰে আত্মা। যতেই ঈশ্বৰ আত্মাক সন্মান আৰু পূজা কৰা হয় তাতেই সুফিবাদৰ পয়োভৰ ঘটে। ৰাসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ বহু আগতেই সুফিবাদ আছিল; কিন্তু ক’ত কেনেকৈ ইয়াৰ আৰম্ভ হ’ল তাৰ সঠিক বিৱৰণ পোৱা নাযায়।

---ঐতিহাসিকভাবে, সুফিবাদক তাছাউফ(Tasawuf )বোলা হয় যিটো  ইছলামৰ ৰহস্যৰ এটা প্রশাখা বনোৱা হৈছে।

+++    +++    +++    +++    +++ 

চুফিজিম বা সুফিবাদ মানে ইছলাম নহয়।

==চুফিজিম নিজেই এটা ধর্ম।== 

চুফিজিমক ইছলামৰ সাজ পিন্ধাই চুফিজিম কৰা হৈছে। Greek, Vedantic, Jewish ৰ মাইস্তিজিমতহে চুফিজিম বেছি বিখ্যাত।  ইছলামৰ চুফিজিমও সেই একেজোপা গছৰ ঠাল ঠেঙুলি। হিন্দুইজিমে কয় চুফিজিম তেওঁলোকৰ পৰা অনা হৈছে। বুদ্ধসকলে কয় চুফিজিম বুদ্ধইজিমৰ পৰা ফলেৰে তৈয়াৰি। মুছলমানে মছজিদ-মাদ্রাছাত চুফিজিম ইছলামৰ এটা অঙ্গ বুলি চুফিজিমৰ শিক্ষা দিয়া হয়; কিন্তু তেওঁলোকে নেজানেযে তেওঁলোকে যি চুফিজিমৰ ফল খাবলৈ পাইছে সেই ফলৰ সঁচ উল্লেখিত গছৰ পৰাই আহিছে।

--সুফিবাদ যৰেই পৰা নাহক কিয় ৰাসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ পৰা সময় সীমা ধৰিলে ইয়াক দুটা ভাগত ভগাব পাৰি। ১]প্রথম এছেটিক সময়(early ascetic period) আৰু ২]দ্বিতীয় দক্তট্রিনেল সময় (later doctrinal period)(started from second half of the ninth century)।

---উল্লেখিত প্রথম ভাগত হজৰত মহম্মদ(দঃ) আৰু তেওঁৰ চাৰি খলিফাৰ মাজত আছিল। তেওঁলোকৰ জ্ঞান আছিল সম্পূর্ণ কোৰআন আৰু হদীচ ভিত্তিত। তেওঁলোকে Sharia (the religious law) আৰু  Tariqa (the Sufi-path ) মাজত কোনো ভিন্নতা অনা নাছিল।

-- দ্বিতীয় ভাগ অর্থাৎ  Doctrinal Sufism আৰম্ভ হয় উনৈশ শতিকাৰ শেষভাগত, যেতিয়াই সুফি Christianity,Hinduism আৰু Buddhism.ৰ mysticsৰ সংস্পর্শলৈ আহে।

-- It is the generally believed that this contact resulted in a slightly different approach than the previous one.For example,Maraf-al-Karkhi (AD 815) states,”Lovee is not to be learned from men,it is one of God’s gifts and comes as a grace.”This is also the Christian concept.

-- The last Sahaabi to pass away:
Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]

++++++++++++++++

--Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]

--উক্ত ঐতিহাসীক সময়ৰ হিচাব মতে ইছলামত ২য় ভাগৰ সুফিবাদৰ পদার্পনৰ সময়ত  শেষৰ জন চাহাবা(ৰাঃ) বা ইমাম আবু হানীফা(ৰঃ) জীয়াই থকা নাছিল।।

---ক্রমশঃ-ইন-সা-আল্লাহ।।-sgis.


[1]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015



complete--চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

complete-



CLICK on PHOTO
[6]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
https://sogoodislamassamese.wordpress.com/2015/03/15/%E0%A6%9A%E0%A7%81%E0%A6%AB%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%AE%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0-%E0%A6%AC%E0%A6%A8/


[4]- -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

[4] আজান ফকিৰ(ৰঃ) সচাঁ অর্থত ৰুমীৰ দৰে চুফিসাধক আছিলনে নাই আমি নেজানো যদিওঁ তেওঁৰ(ৰঃ) নামৰ আগত চুফিসাধক বুলি লেখা দেখি আহিছো(কোনো সদাশয় ব্যক্তিয়ে জানিলে জনাব)।  আজান ফকিৰ(ৰঃ) অসমলৈ আহিছিল ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱৰ পৰা ১৬৩৪চনত (জন্ম ১৬১০ চনত) য’ত চুফিসাধক, কবি ৰুমীৰ(১২০৭-১২৭৩চন) চুফিজিমৰ প্রসাৰত  শিষ্যসকলে গোলহৈ চাপৰি আৰু বাদ্যযন্ত্রৰে বিশেষ সুৰেৰে গোৱা জিকিৰ প্রথা আৰম্ভ হৈছিল। আজান ফকিৰ(ৰঃ) দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়া(ৰঃ) শিষ্য আছিল বুলি কোনো কোনো তথ্যত পোৱা যায়।
চৈয়দ আব্দুল মালিক চাহাবৰ তথ্য মতে আজান ফকিৰ(ৰঃ) এজন কোৰআন, হদিচ আৰু ইছলামিক দর্শনত এজন বিদগ্ধ পণ্ডিত আছিল।
(The late renowned author and Sahitya Akademi award winner Abdul Malik states that Azan Fakir was a preacher with profound mastery over the Qur’an, the Hadith and Islamic philosophy)আমি এইটোও জানোযে আজান ফকিৰে(ৰঃ) প্রথম অৱস্থাত যিদৰে জিকিৰ বা জাৰি গাইছিল তাত কোনো চাপৰি বা টোকাৰীৰ ব্যৱহাৰ নাছিল। সকলোৱে পৱিত্রহৈ অজু কৰি গোলকে বহিলৈ জিকিৰ আৰম্ভ কৰিছিল। পিছত হাত চাপৰি আৰু কোনো কোনো জিকিৰত টোকাৰী বা তেনে ধৰণৰ বাদ্য যন্ত্রৰ সংযোযিত কৰা হয়।
যিহেতু আজান ফকিৰে(ৰঃ) ইছলামত বাদ্যযন্ত্র হাৰাম বুলি জানিওঁ(কোৰআন আৰু হদিচৰ এজন বিদগ্ধ পণ্ডিত আছিল) ইয়াক কিয় ব্যৱহাৰ কৰিছিল এই বিষয়ে পিছত আলোচনা কৰা হ’ব।
+++

[2]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী

sgi.অসমীয়া-বাংলা.blogspot.com : [১]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...

sgi.অসমীয়া-বাংলা.blogspot.com : [১]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...: [1]-“এক বৌদ্ধিক চিন্তা” চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী -চৈয়দ জিয়াউল হুছেইন। ……………………………………………………… “One of intell...

sgi.অসমীয়া-বাংলা.blogspot.com : 6-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

sgi.অসমীয়া-বাংলা.blogspot.com : 6-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-: [6]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual thought” [A col...

sgis.misc: [৮]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...

sgis.misc: [৮]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...: [৮]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual thought” [A colan...

sgis.misc: [৯]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম ...

sgis.misc: [৯]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম ...:  [৯]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual thought” [A co...

sgis.misc: শেষ খণ্ড-সমাপ্ত [১০]-চুফিজিমত বাদ্যযন্ত্র বনাম অস...

sgis.misc: শেষ খণ্ড-সমাপ্ত [১০]-চুফিজিমত বাদ্যযন্ত্র বনাম অস...: শেষ খণ্ড-সমাপ্ত  [১০]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual ...

sgis.misc: [7]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...

sgis.misc: [7]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...: [7]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual t...

sgis.misc: [6]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...

sgis.misc: [6]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...: [6]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual thought” ...

sgis.misc: [5]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...

sgis.misc: [5]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী...: [5]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual thought” [A colan...

sgis.misc: [3]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম ...

sgis.misc: [3]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম ...: [3]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী- ……………………………………………………… “One of intellectual thought” [A colan...

Wednesday, 21 October 2015

[১]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015


[১]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015
-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
-------------------------------------------------------------------------
--সকলো প্রশংসা আল্লা তা’লাৰ বাবে,


--সূফী তৰিকাসমূহ যেনে সায়াৰি’য়া, তাৰিকা, হাকিকা আৰু মা’ৰিফা; এই  তৰিকাসমূহ কি সচাঁকৈ ৰাসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম আৰু তেওঁৰ সাহাবা(ৰাদিয়াল্লাহু আনহুম)সকলে শিক্ষা দিছিল নেকি?


------------ৰাসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ দিনৰ পৰা  ইসলামৰ প্রথম যুগত মুছলমানসকলে নিঃশর্তভাবে কোৰআন ও সুন্নাহৰ অনুসৰণ কৰি চলিছিল। তেওঁলোকৰ নির্দিষ্ট কোনো মাজহাব, তৰীকা বা মতবাদৰ লগত নিজকে জৰিত কৰা নাছিল। সকলোৱেই মুছলিম বা মুমিন হিচাবে নিজকে পৰিচয় দিছিল।


--বদৰৰ যুদ্ধ যিহেতু ইছলামৰ ইতিহাসত এক গুৰুত্বপূর্ণ যুদ্ধ আছিল আৰু তাত অংশগ্রহণ কৰা বিশেষ এটা ফজীলতৰ কাম আছিল, গতিকে যিসকলে বদৰৰ যুদ্ধত ভাগ লৈছিল তেওঁলোকক বদৰী সাহাবী,  দ্বীনি ইলম শিক্ষাত সকলো সময়ত আত্মনিয়োগকাৰীসকলক সুফফাবাসী কিছু দুখীয়া সাহাবীক আসহাবে সুফফা বুলি কোৱা হৈছিল।


--কিন্তু পৰবর্তী সময়ত মুছলমানসকল ৰাজনৈতিক, ধর্মীয় ও অন্যান্য কাৰণে বিভিন্ন দল ও উপদলত বিভক্ত হৈ যায়। মুছলমানসকলৰ মাজত আত্মপ্রকাশ কৰে শিয়া, খাৰেজী, মুতাজেলা, কদৰীয়া, আশায়েৰা, জাহমেয়ী আৰু বহু  বাতিল ফির্কা ও মতবাদ। ইয়াৰ ধাৰাবাহিকতাতেই সুফীবাদও এটা ধর্মীয় মতবাদ হিচাবে মুছলমানসকলৰ মাজত অনুপ্রবেশ ঘটে।

---ক্রমশঃ-ইন-সা-আল্লাহ।।-sgis.


converter H-G- http://www.islamicfinder.org/dateConversion.php?mode=hij-ger&day=24&month=1&year=150&date_result=1

urlwwwwwwwwwwwwww