[৪]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন
----“সূফীবাদ”--চৈয়দ চ’গুদ ইছলাম-sgis-26.10.2015
-------------------------------------------
--উল্লেখকৰি অহা হৈছেযে দ্বিতীয় ভাগ অর্থাৎ Doctrinal Sufism আৰম্ভ হয় ন’ শতিকাৰ( ninth century) শেষভাগত, যেতিয়াই সুফি Christianity,Hinduism আৰু Buddhism.ৰ mysticsৰ সংস্পর্শলৈ আহে।
--পৰবর্তী সময়ত অর্থাৎ বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে এনে ধৰণেৰেঃ-
--১) কাদেৰীয়া তৰীকাঃ আব্দুল কাদেৰ জিলানীক [(মৃতু 561 AH)(1165 AD)] এই তৰীকাৰ প্রতিষ্ঠাতা হিচাবে সুফীসকলে দাবী কৰে। কিন্তু নিৰপেক্ষ বিশ্লেষণ ও তেওঁৰ জীবনী অধ্যায়ন কৰি জানা যায় যে, তেওঁ কোনো তৰীকা প্রতিষ্ঠা কৰি যোৱা নাছিল। তেওঁৰ নামত যি সমস্ত কাৰামত বর্ণনা কৰা হয় সেইয়া সম্পূর্ণ বনোৱা(making) ও ভিত্তিহীন।
২) নকশবন্দীয়া তৰীকাঃ মুহাম্মাদ বাহাউদ্দীন নকশবন্দীক [(মৃত 791 AH)(1389 AD)] এই তৰীকাৰ প্রতিষ্ঠাতা হিচাবে উল্লেখ কৰা হয়।
৩) চিশতিয়া তৰীকাঃ খাজা মঈন উদ্দীন চিশতীক [(মৃত 620 AH)(1223 AD)] এই তৰীকাৰ প্রতিষ্ঠাতা হিচাবে উল্লেখ কৰা হয়।
ভাৰতৰ আজমীৰত তেখেতৰ মাজাৰ আছে। হিন্দু-মুছলিম প্রায় সকলেই এই মাজাৰত যিয়াৰত কৰে।
৪) মুজাদ্দেদীয়া তৰীকাঃ মুজাদ্দে আলফে ছানীকে [(মৃত 1034 AH)(1624 AD)] এই তৰীকাৰ প্রতিষ্ঠাতা হিচাবে দাবী কৰা হয়।
৫) সোহৰাওয়ার্দী তৰীকাঃ শিহাব উদ্দীন উমাৰ সোহৰাওয়ার্দীৰ (মৃত 623 AH)(1234 AD) নামত এই তৰীকাৰ প্রতিষ্ঠাতা হিচাবে দাবী কৰা হয়। এই পাঁচটি তৰীকাৰ নামেই সুফীসকলৰ মুখত ব্যাপকভাবে উচ্চাৰণ কৰা শুনা যায়।
+++++++++++++++++++++++++++++++++++
Sufi Saints of the world:-https://en.wikipedia.org/wiki/List_of_Sufi_saints
+++++++++++++++++++++++++++++++++++
--উপৰুক্ত কথাখিনিৰ পৰা তলৰ কথাখিনি প্রমাণিত হৈছেযেঃ-
১]-The last Sahaabi to pass away:
--Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]
২]-Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]
৩]- Doctrinal Sufism আৰম্ভ হয় ন’ শতিকাৰ[( ninth century)( 287 A.H.)] শেষভাগৰ পৰা।
৪]-বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে।
-----------------------------------------------
N.B:-উক্ত চাৰিটা POINTS ৰ ওপৰত কাৰোবাৰ কিবা গঠনমূলক কথা থাকিলে ক’ব পাৰে। কাৰণ সূফীবাদৰ লক্ষণবোৰ দেখুৱাৰ আগতে ই কেনেকৈ মাযহাব বিভক্তিকৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহন কৰিছে তাক আলোচনা কৰা হ'ব। ইন-সা-আল্লাহ।
-----------------------------------------------
ক্রমশঃ ইন সা আল্লাহ।।

No comments:
Post a Comment