[২]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015
-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
-------------------------------------------------------------------------
--সুফিবাদ সকলো ধর্মৰে আত্মা। যতেই ঈশ্বৰ আত্মাক সন্মান আৰু পূজা কৰা হয় তাতেই সুফিবাদৰ পয়োভৰ ঘটে। ৰাসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ বহু আগতেই সুফিবাদ আছিল; কিন্তু ক’ত কেনেকৈ ইয়াৰ আৰম্ভ হ’ল তাৰ সঠিক বিৱৰণ পোৱা নাযায়।
---ঐতিহাসিকভাবে, সুফিবাদক তাছাউফ(Tasawuf )বোলা হয় যিটো ইছলামৰ ৰহস্যৰ এটা প্রশাখা বনোৱা হৈছে।
+++ +++ +++ +++ +++
চুফিজিম বা সুফিবাদ মানে ইছলাম নহয়।
==চুফিজিম নিজেই এটা ধর্ম।==
চুফিজিমক ইছলামৰ সাজ পিন্ধাই চুফিজিম কৰা হৈছে। Greek, Vedantic, Jewish ৰ মাইস্তিজিমতহে চুফিজিম বেছি বিখ্যাত। ইছলামৰ চুফিজিমও সেই একেজোপা গছৰ ঠাল ঠেঙুলি। হিন্দুইজিমে কয় চুফিজিম তেওঁলোকৰ পৰা অনা হৈছে। বুদ্ধসকলে কয় চুফিজিম বুদ্ধইজিমৰ পৰা ফলেৰে তৈয়াৰি। মুছলমানে মছজিদ-মাদ্রাছাত চুফিজিম ইছলামৰ এটা অঙ্গ বুলি চুফিজিমৰ শিক্ষা দিয়া হয়; কিন্তু তেওঁলোকে নেজানেযে তেওঁলোকে যি চুফিজিমৰ ফল খাবলৈ পাইছে সেই ফলৰ সঁচ উল্লেখিত গছৰ পৰাই আহিছে।
--সুফিবাদ যৰেই পৰা নাহক কিয় ৰাসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ পৰা সময় সীমা ধৰিলে ইয়াক দুটা ভাগত ভগাব পাৰি। ১]প্রথম এছেটিক সময়(early ascetic period) আৰু ২]দ্বিতীয় দক্তট্রিনেল সময় (later doctrinal period)(started from second half of the ninth century)।
---উল্লেখিত প্রথম ভাগত হজৰত মহম্মদ(দঃ) আৰু তেওঁৰ চাৰি খলিফাৰ মাজত আছিল। তেওঁলোকৰ জ্ঞান আছিল সম্পূর্ণ কোৰআন আৰু হদীচ ভিত্তিত। তেওঁলোকে Sharia (the religious law) আৰু Tariqa (the Sufi-path ) মাজত কোনো ভিন্নতা অনা নাছিল।
-- দ্বিতীয় ভাগ অর্থাৎ Doctrinal Sufism আৰম্ভ হয় উনৈশ শতিকাৰ শেষভাগত, যেতিয়াই সুফি Christianity,Hinduism আৰু Buddhism.ৰ mysticsৰ সংস্পর্শলৈ আহে।
-- It is the generally believed that this contact resulted in a slightly different approach than the previous one.For example,Maraf-al-Karkhi (AD 815) states,”Lovee is not to be learned from men,it is one of God’s gifts and comes as a grace.”This is also the Christian concept.
-- The last Sahaabi to pass away:
Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]
++++++++++++++++
--Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]
--উক্ত ঐতিহাসীক সময়ৰ হিচাব মতে ইছলামত ২য় ভাগৰ সুফিবাদৰ পদার্পনৰ সময়ত শেষৰ জন চাহাবা(ৰাঃ) বা ইমাম আবু হানীফা(ৰঃ) জীয়াই থকা নাছিল।।
---ক্রমশঃ-ইন-সা-আল্লাহ।।-sgis.
[1]-“সূফীবাদ”-চৈয়দ চ’গুদ ইছলাম-sgis-22.10.2015

No comments:
Post a Comment