- ।।।ভিন্নতাৰ কৰাল গ্ৰাসত বিধ্বস্ত ঈমান।।।
চৈয়দ চ'গুড ইছলাম : +++শুনিছে বা পঢ়িছেনে কেতিয়াবা এক ৰাকাতীয়া ছালাত(নামাজ)?....আপোনাৰ মতামত জনাওক ....... ছহী হাদীচ ভিত্তিত আমি ক'ম.....লগতে আৰু বহু কথা... ...in sha Allah .. - Bakdul Islam আজি এ প্ৰথম পঢ়িলো।এবাৰ শুনিছিলো খাৰুপেতীয়াত হেনো ১২ ৰাকাত তাৰাৱীহ নমাজ পঢ়া ইমাম অহা বুলি
- Hifzur Rahman Ais sahab jatia hadith podhisilu tatia hadithor kitapot paisilu aru safi majhabor buli vabisilu. Atia witer 5,3,1 rakat podhu
- Abdul Azad Apuni kowksun ai bikhoye
- Muktabul Hussain কোনোবাই কিবা নজনাটো অপৰাধ হব নোৱাৰে , কিন্তু জানিবলৈ ইচ্ছা নকৰাটো বা চহীহ হাদীচ দিয়াৰ পাছতো দূৰ্ব্বল বা জাল হাদীচেৰে যুঁজ কৰিব বিচৰাটো মহাঅপৰাধ !! এক ৰাকাতৰ বিতিৰ সুপ্ৰতিষ্ঠিত চুন্নত , তাত ০.০০০০১% ও সন্দেহ নাই।
- Abdul Azad Atialoi ami 1rakat witir porhi pua nai kunu alimor mukhor porao khuna nai...3 rakat porhibo nalage nki?
- Ikramul Hussain আজাদ চাহেব, ওপৰত লিখিছেই নজনাটো অপৰাধ নহয়, কিন্তু জনাৰ পিচত সত্য অন্বেষণৰ দায়িত্ব নিজৰ ওপৰত । অনুসন্ধান কৰি সত্য পালে মানিবই লাগিব নহলে কিয়ামতৰ দিনা কোনো উত্তৰ নাথাকিব । সেই কাৰণে জ্ঞান অৰ্জন কৰা ফৰজ ।
- Ikramul Hussain ৱিতিৰ চালাত ৩ ৰাকাত পঢ়িব নালাগে বুলি কোনেও কোৱা নাই, কিন্তু ১, ৩, ৫, ৭ ৰাকাত হিচাপে পঢ়িব পাৰি ।
- Bakdul Islam কথাতো হল বিতিৰ নামাজ বেজোৰ পঢ়িব লাগে।
- Muktabul Hussain right Bakdul চাহেৱ, বিতিৰ শব্দৰ অৰ্থই হৈছে বেজোৰ । । । ।
Muktabul Hussain অতি
সত্য কথা আজাদ চাহেৱে ব্য়ক্ত কৰিছে যে এক ৰাকাত বিতিৰ কোনো আলীমৰ মুখতো
শুনা নাই !! হয় আমিও হাদীচ নিজে নপঢ়ালৈকে শুনা নাছিলো। উল্লেখযোগ্য যে
চিয়াহ চিত্তাহৰ প্ৰত্যেক খন হাদীচতেই এক ৰাকাত বিতিৰ নবী(চঃ)য়ে পঢ়াৰ বিষয়ে
স্পষ্টভাবে উল্লেখ আছে। এতিয়া পাঠক সমাজেই
বিচাৰ কৰি চাওক যে আমাৰ আলীম সকলে প্ৰকৃততে নিজে হাদীচ পঢ়িছেনে নাই বা
সাধাৰণ মুছলমানক হাদীচ অনুসৰি আমল কৰিবলৈ শিকাইছে নে নাই ??? কেৱল ধপ্, ধপ্
আৰু ধপৰ ওপৰতেই চলি আহিছে আৰু মানুহক উল্লু বনাই নিজৰ বেপাৰ ৰমৰমীয়া কৰি
আছে । । । । ।





No comments:
Post a Comment